PRAGYADEEP LIBRARY প্ৰজ্ঞাদ্বিপ পুথিভঁৰাল

গ্ৰন্থপ্ৰেমীৰ প্ৰতি উৎসৰ্গিত

The Library

The Library

The journey started in the year 2005 when we were just 12 and 15 years of age. The dream of having a library of our own captured our mind at that very age.

Our Aim

Our Aim

We wish to extend our reach to other book lovers of our locality and create an enviroment of intellectual engagement.

Books We have

Books We have

We have cataloged all available books elecrtonically. You can view our collection by CLICKING HERE

আমাৰ মনৰ কথা

এই অনুস্থানটি ব্যক্তিগত প্ৰচেষ্টাত গঢ়লৈ উঠা এটি গৃহ পুথিভঁৰাল । আমাৰ উদ্দেশ্য সমাজত কিতাপ পঢ়াৰ পৰিৱেশ এটা পুনৰ গঢ়ি তোলা । আজিকালিৰ প্ৰযুক্তিৰ দিনত বিভিন্ন ইলেক্ট্ৰনিক সৰঞ্জামে মানুহক কিতাপৰ ওচৰৰ পৰা আতৰাই নি ইন্টাৰনেটৰ পৃথিৱীত সময় অতিবাহিত কৰাৰ বাবে উচঁতনি যোগাইছে । কিন্তু ইয়াৰ ফলত মানুহৰ আভ্যন্তৰিন জগতত মৌলিক পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তনৰ বেছিভাগেই ঋণাত্মক পৰিৱৰ্তন। গ্ৰন্থ অধ্যয়নৰ অভ্যাসে মানুহৰ নিজৰ হেৰুওৱা মানসিক শক্তি ঘুৰাই পোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। বিশেষকৈ নৱ প্ৰজন্মক কিতাপৰ মনোৰম আৰু আকৰ্ষণীয় পৃথিৱীৰপৰা আতৰাই নি এখন ভাৰ্ছুৱেল ( কাল্পনিক ) পৃথিৱীৰ মায়াজালত বন্দী কৰি তেওঁলোকৰ মানৱীয় মূল্যবোধৰ অপমৃত্যু ঘটোৱা হৈছে। সেই কাল্পনিক পৃথিৱীৰ পৰা তেওঁলোকক উলিয়াই আনি যদি দৈনিক এঘন্টাও কিতাপৰ মাজত ডুবি থকাৰ অভ্যাস কৰোবাব পৰা যায়, তেন্তে সেই অভ্যাসে কি যে এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে এবাৰ ভাৱি চাওকছোন ! আমাৰ এই প্ৰচেষ্টা নৱ-প্ৰজন্মৰ লগতে সমাজৰ সকলো স্তৰৰ লোকৰ উন্নতিৰ প্ৰতি উৎসৰ্গিত।

People behind this initiative


Bedanta Borah

Bedanta Borah

Owner and Maintainer

Hi. My name is Bedanta. I own this library and maintain this page. I also do electronic cataloging of the available books. Check out the Library OPAC in the "Books We Have" section above.

Sagarika Borah

Sagarika Borah

Owner

Hi. I am Sagarika. I also own of this library. The idea of having a library of our own came to my mind first. We started our journey in 2005 and now we are open to other book lovers with around 450 books.